ଅର୍ଥ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
							ଉଦାହରଣ : 
							বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
							
ସମକକ୍ଷ : লেতেৰা
ଅର୍ଥ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
							ଉଦାହରଣ : 
							তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
							
ସମକକ୍ଷ : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা
ଅର୍ଥ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
							ଉଦାହରଣ : 
							ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
							
ସମକକ୍ଷ : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা