ଅର୍ଥ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
							ଉଦାହରଣ : 
							বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
							
ସମକକ୍ଷ : নিযুক্ত কৰা
ଅର୍ଥ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
							ଉଦାହରଣ : 
							কুমাৰে কলহ নি্র্মাণ কৰে
							
ସମକକ୍ଷ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা
ଅର୍ଥ : কোনো ৰূপলৈ অনা
							ଉଦାହରଣ : 
							তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে