ଅର୍ଥ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, ধুনীয়া, নয়ন জুৰোৱা, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ
ଅର୍ଥ : যিয়ে চকুত আনন্দ দিয়ে বা ভাল লগায়
							ଉଦାହରଣ : 
							পথটোৰ দৃশ্য নয়নাভিৰাম আছিল
							
ସମକକ୍ଷ : চকু জুৰোৱা, চকুত চমক লগোৱা, নয়ন জুৰোৱা