ଅର୍ଥ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
							ଉଦାହରଣ : 
							আজি বাৱতৰ বস্তিত লাঠী চলিল
							
ଅର୍ଥ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
							ଉଦାହରଣ : 
							তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে  আইতাই ঘেঁহু্ চালি আছে
							
ସମକକ୍ଷ : চালি লোৱা
ଅର୍ଥ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
							ଉଦାହରଣ : 
							এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
							
ଅର୍ଥ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
							ଉଦାହରଣ : 
							চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
							
ଅର୍ଥ : কোনো বস্তু আদিৰ প্রচলনত অহা
							ଉଦାହରଣ : 
							টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
							
ସମକକ୍ଷ : প্রচলিত হোৱা
ଅର୍ଥ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
							ଉଦାହରଣ : 
							ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
							
ସମକକ୍ଷ : টিকা
ଅର୍ଥ : প্রভুত্ব বিস্তাৰ কৰা কার্য
							ଉଦାହରଣ : 
							গাঁৱত তেওঁৰ বহুত চলে