অর্থ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
							উদাহরণ : 
							লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে  মই এখন চিঠি লিখি আছো
							
সমার্থক : লিখা
অর্থ : খাতা আদিত লিখা কার্য
							উদাহরণ : 
							বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
							
সমার্থক : অন্তর্ভুক্ত ্কৰা, তোলা