অর্থ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
							উদাহরণ : 
							ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
							
সমার্থক : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
অর্থ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
							উদাহরণ : 
							মাছবোৰ জালৰ পৰা এৰাই গʼল
							
সমার্থক : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা