অর্থ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
							উদাহরণ : 
							আইতাই ককাক ইংগিতেৰে মাতি আছে
							
অর্থ : আমন্ত্রণ জনোৱা
							উদাহরণ : 
							তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
							
সমার্থক : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
অর্থ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
							উদাহরণ : 
							ৰাতিপুৱা চৰায়ে মাতে
							
অর্থ : কোনো পৰিচিতৰ লগত কথা কোৱা
							উদাহরণ : 
							আজিকালি শীলাই মোক নামাতে