অর্থ : ভোজন কৰাৰ নিশ্চিত সময়
							উদাহরণ : 
							আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
							
সমার্থক : সময়
অর্থ : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য
							উদাহরণ : 
							সীমাই বৰ খৰকৈ বেলিব পাৰে