অর্থ : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব
							উদাহরণ : 
							সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক
							
অর্থ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
							উদাহরণ : 
							ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
							
সমার্থক : বিয়োগ
অর্থ : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব
							উদাহরণ : 
							বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল
							
সমার্থক : বিচ্ছেদ