অর্থ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
							উদাহরণ : 
							মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
							
সমার্থক : অসন্তুষ্টতা, আমনি, তিক্ততা
অর্থ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
							উদাহরণ : 
							আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
							
সমার্থক : আমনি
অর্থ : আমনি লগা পৰিস্থিতি
							উদাহরণ : 
							দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
							
অর্থ : বিৰক্তিৰ অৱস্থা বা ভাৱ
							উদাহরণ : 
							তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
							
সমার্থক : আমনি
অর্থ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
							উদাহরণ : 
							অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
							
সমার্থক : অনাসক্তি, আসক্তিহীনতা, বিৰাগ