অর্থ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
							উদাহরণ : 
							ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
							
সমার্থক : ভাগ-বাটোৱাৰা
অর্থ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
							উদাহরণ : 
							আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
							
সমার্থক : হৰণ অংক