অর্থ : এঠাইৰ পৰা আহি অন্য কোনো ঠাইত নিযুক্ত হোৱা কার্য
							উদাহরণ : 
							যোৱা মাহৰ পৰাহে মোৰ কার্যালয় বদলি হʼল
							
সমার্থক : স্থানান্তৰিত হোৱা
অর্থ : এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ অনা কার্য
							উদাহরণ : 
							এই ঘটনাটোৰ পিছৰ পৰা তেওঁৰ জীৱনলৈ বহুত পৰি্ৱর্তন আহিল
							
সমার্থক : পৰি্ৱর্তন ্অহা