অর্থ : কোনো বস্তু তৈয়াৰ কৰাৰ পূর্বে ্তাৰ অংগবোৰ জোৰা দি তৈয়াৰ কৰা এক পূর্বৰূপ ্যাৰ মাজত কোনো বস্তু জমা কৰিব বা লগাব পৰা যায়
							উদাহরণ : 
							তেওঁ ্ভগৱানৰ ছবিখনত কাঠৰ ফ্রেম লগালে
							
অর্থ : ফটো, চছমা আদিৰ থকা কাঁচ আদিৰ আধাৰ
							উদাহরণ : 
							মোৰ চছমাৰ ফ্রেমটো চাৰিচুকীয়া