অর্থ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
							উদাহরণ : 
							পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
							
সমার্থক : কক্ষ
অর্থ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
							উদাহরণ : 
							তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
							
সমার্থক : মণ্ডল
অর্থ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
							উদাহরণ : 
							এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
							
সমার্থক : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা