অর্থ : যʼত প্রভাৱ থাকে
							উদাহরণ : 
							তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
							
সমার্থক : শক্তিশালী
অর্থ : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
							উদাহরণ : 
							এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
							
সমার্থক : প্রভাৱকাৰী, প্রমাণী
অর্থ : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
							উদাহরণ : 
							চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
							
সমার্থক : প্রৱল
অর্থ : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
							উদাহরণ : 
							এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
							
সমার্থক : প্রতিক্রিয়াশীল