অর্থ : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
							উদাহরণ : 
							বান্ধৰ পানী নলাত পেলোৱা হয়
							
অর্থ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
							উদাহরণ : 
							ডাষ্টবিনত জাবৰ পেলোৱা হয়
							
সমার্থক : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
অর্থ : কোনো অন্যৰ দ্বাৰা পেলা
							উদাহরণ : 
							সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
							
অর্থ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
							উদাহরণ : 
							কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
							
সমার্থক : পেলাই দিয়া