অর্থ : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ
							উদাহরণ : 
							কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল
							
অর্থ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
							উদাহরণ : 
							আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
							
সমার্থক : পার্টী
অর্থ : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা
							উদাহরণ : 
							আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত
							
অর্থ : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা
							উদাহরণ : 
							আপুনি কোনটো পক্ষত আছে ?