অর্থ : মনে মনে থকা অৱস্থা বা কার্য
							উদাহরণ : 
							শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
							
সমার্থক : নিমাত, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
অর্থ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
							উদাহরণ : 
							আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
							
সমার্থক : নিস্তব্ধতা, নীৰৱতা, শান্তি, শ্্ব্দহীনতা