অর্থ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য
							উদাহরণ : 
							অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়
							
সমার্থক : দোষাৰোপন
অর্থ : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত
							উদাহরণ : 
							দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল
							
সমার্থক : দোষনিৰ্ণয়