অর্থ : যিটো বেছি গাঢ় নহয়
							উদাহরণ : 
							দৈখিনি ঢিলাকৈ বান্ধিলে
							
অর্থ : ঠেক বা কচি বা টানি নবন্ধা
							উদাহরণ : 
							মোহনে ঢিলা কাপোৰ পিন্ধে
							
অর্থ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
							উদাহরণ : 
							ৰছীডাল ঢিলা  হৈ গʼল
							
অর্থ : যিটো ভালদৰে বন্ধা বা লগা নাই
							উদাহরণ : 
							এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে