অর্থ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
							উদাহরণ : 
							মোৰ ডিঙিটো টানি ধৰিছে
							
সমার্থক : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
অর্থ : অনুচিতভাৱে লোৱা
							উদাহরণ : 
							মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
							
সমার্থক : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা