অর্থ : অন্য কোনো বস্তুৰ শেষত লগোৱা
							উদাহরণ : 
							চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
							
সমার্থক : জোৰা, সংলগ্ন কৰা
অর্থ : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা
							উদাহরণ : 
							মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে
							
সমার্থক : জোৰা দিয়া