অর্থ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
							উদাহরণ : 
							শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
							
সমার্থক : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ
অর্থ : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
							উদাহরণ : 
							আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত
							
সমার্থক : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ
অর্থ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
							উদাহরণ : 
							গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
							
সমার্থক : ধৰণ-কৰণ
অর্থ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
							উদাহরণ : 
							সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
							
সমার্থক : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র