অর্থ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
							উদাহরণ : 
							তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
							
সমার্থক : কৌশল
অর্থ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
							উদাহরণ : 
							বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
							
সমার্থক : চালি
অর্থ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
							উদাহরণ : 
							চাল খেলাৰ এইবাৰ আপোনাৰ পাল
							
সমার্থক : বাজি