অর্থ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
							উদাহরণ : 
							তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
							
সমার্থক : কলাৰ
অর্থ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
							উদাহরণ : 
							সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
							
সমার্থক : কণ্ঠ
অর্থ : গলি থকা এক অৱস্থা
							উদাহরণ : 
							বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়