অর্থ : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
							উদাহরণ : 
							সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
							
সমার্থক : খোল খোৱা
অর্থ : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
							উদাহরণ : 
							তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
							
অর্থ : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
							উদাহরণ : 
							মোৰ ধুতিখন খুলি গʼল  আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
							
সমার্থক : খুলি যোৱা
অর্থ : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
							উদাহরণ : 
							কোনোবা আদিছে, দুৱাৰখন খোলা
							
অর্থ : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
							উদাহরণ : 
							ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
							
অর্থ : বন্ধন, গাঁঠি আদি খোলা
							উদাহরণ : 
							জোতাৰ ৰচীডাল খোলা
							
অর্থ : নিতৌ কার্য আৰম্ভ ্হোৱা
							উদাহরণ : 
							এই বেংকটো ন বজাত খোলে
							
অর্থ : নতুনকৈ আৰম্ভ কৰা
							উদাহরণ : 
							প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
							
অর্থ : বেংক আদিত খাটা আৰম্ভ কৰা
							উদাহরণ : 
							ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
							
অর্থ : ঢাকি নৰখা বা আৱৰি নৰখা
							উদাহরণ : 
							উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
							
সমার্থক : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
অর্থ : যিটো বন্ধ নহয়
							উদাহরণ : 
							খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
							
অর্থ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
							উদাহরণ : 
							সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
							
সমার্থক : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে