অর্থ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
							উদাহরণ : 
							তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
							
সমার্থক : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
অর্থ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
							উদাহরণ : 
							মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
							
সমার্থক : বুজোৱা
অর্থ : স্থিৰ কৰা
							উদাহরণ : 
							তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
							
অর্থ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
							উদাহরণ : 
							তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
							
সমার্থক : লোৱা
অর্থ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
							উদাহরণ : 
							তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
							
সমার্থক : জনোৱা
অর্থ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
							উদাহরণ : 
							সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
							
সমার্থক : উচ্চাৰণ কৰা
অর্থ : কিবা কৈ বাধক হোৱা
							উদাহরণ : 
							আপুনি মাজত কথা নকʼব  আপুনি মাজত কিয় কয়
							
অর্থ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
							উদাহরণ : 
							পইচাই কথা কয়
							
অর্থ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
							উদাহরণ : 
							আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
							
অর্থ : কিবা কৰিবলৈ আদেশ দিয়া
							উদাহরণ : 
							গুৰুৱে ঘৰলৈ যাবলৈ কʼলে  তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
							
সমার্থক : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
অর্থ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
							উদাহরণ : 
							তেওঁ কʼলে যে ৰহিম আজি নাহে
							
অর্থ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
							উদাহরণ : 
							বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে