অর্থ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে
							উদাহরণ : 
							
							
অর্থ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য
							উদাহরণ : 
							তেওঁ কলমটো কামুৰি আছে
							
সমার্থক : কামুৰি থকা, চোৱোৱা
অর্থ : মূৰৰ বিষ কৰা
							উদাহরণ : 
							আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে