অর্থ : কঠিন হোৱা অৱস্থা বা ভাব
							উদাহরণ : 
							সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
							
সমার্থক : দুৰূহতা
অর্থ : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
							উদাহরণ : 
							এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
							
সমার্থক : অসুবিধা, কষ্টসাধ্যতা, দুৰূহতা
অর্থ : কঠোৰ হোৱা অৱস্থা বা ভাব
							উদাহরণ : 
							শুকান মাটিৰ কঠিনতা আঁত্্ৰাবৰ কাৰণে তাত পানী দিয়া