অর্থ : যিজন বহল হৃদয়ৰ
							উদাহরণ : 
							উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
							
সমার্থক : উদাৰচেতা, উদাৰচেতীয়া, দিলদাৰ
অর্থ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
							উদাহরণ : 
							সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
							
সমার্থক : অকপট, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে