অর্থ : প্রথা বন্ধ কৰা কার্য
							উদাহরণ : 
							আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
							
সমার্থক : নিষিদ্ধ কৰা, বন্ধ কৰা
অর্থ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
							উদাহরণ : 
							তেওঁক বেছি নুঠাবা  ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
							
সমার্থক : উঠোৱা