অর্থ : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
							উদাহরণ : 
							ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
							
সমার্থক : বিৰোধ
অর্থ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য
							উদাহরণ : 
							মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে
							
সমার্থক : অভিযোগ, ওজৰ, ওজৰ-আপত্তি