অর্থ : অনুশাসন সম্বন্ধীয়
							উদাহরণ : 
							সংস্থাৰ ভ্রষ্টাচাৰী সভ্যসকলৰ বিৰুদ্ধে অনুশাসনমূলক কার্য্যবাহী ব্যৱস্থা লোৱা হʼব
							
সমার্থক : অনুশাসনিক
অর্থ : অনুশাসনৰ সৈতে যুক্ত
							উদাহরণ : 
							বিদ্যার্থীসকলৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰাটো অতি আৱশ্যক