অর্থ : বিদ্যাৰ অভাৱ
							উদাহরণ : 
							আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
							
সমার্থক : অজ্ঞানতা, অবিজ্ঞতা, জ্ঞানহীনতা
অর্থ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
							উদাহরণ : 
							প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
							
সমার্থক : অজ্ঞানতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা