সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ছল বা কপট নোহোৱা
উদাহরণ : আজিকালি অকপট লোক দেখাই নাযায়
অর্থ : কপট ভাব নথকা
উদাহরণ : মোহন এজন কপটহীন লোক
সমার্থক : কপটতাশূন্য, কপটতাহীন, কপটহীন
অর্থ : প্রতাৰণা নকৰা
উদাহরণ : তেওঁৰ অকপট জীৱন সকলোৰে বাবে আদর্শ হৈ ৰʼল
সমার্থক : ছলনাহীন
অর্থ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
উদাহরণ : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
সমার্থক : উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে
ইনস্টল