অর্থ : মেঘ নথকা
							উদাহরণ : 
							ৰাতি মেঘহীন আকাশত তৰাবোৰ জিলিকি আছিল
							
সমার্থক : অভ্রহীন, নির্মেঘ, নি্র্ম্্ল আকাশ, নিৰভ্র, পৰিস্কাৰ আকাশ, মেঘমুক্ত, মেঘশূন্য, মেঘহীন
অর্থ : যাৰ সন্মুখত বা মাজত থাকিলেও সিপাৰৰ বস্তু দেখা পোৱা যায়
							উদাহরণ : 
							চিচা এবিধ প্রতিফলক পদার্থ
							
সমার্থক : প্রতিফলক