অর্থ : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া
							উদাহরণ : 
							বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে
							
সমার্থক : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা
অর্থ : সাৱধান বা হুচিয়াৰ কৰা
							উদাহরণ : 
							মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে
							
সমার্থক : সকিয়াই থকা