অর্থ : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
							উদাহরণ : 
							তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
							
সমার্থক : সৰু-সুৰা
অর্থ : যি অদৰকাৰেৰে পূর্ণ
							উদাহরণ : 
							অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
							
সমার্থক : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা