অর্থ : চেহেৰা লুকুৱাবৰ কাৰণে তাৰ ওপৰত দিয়া বা পিন্ধা কাপোৰ বিশেষ
							উদাহরণ : 
							সন্ত্রাসবাদীবোৰে মুখা পিন্ধি আছিল
							
অর্থ : ধাতু, কাগজ আদিৰে বনোৱা মুখৰ আকাৰৰ বস্তু
							উদাহরণ : 
							চার্কাচৰ বহুৱাই বিভিন্ন ধৰণৰ মুখা পিন্ধি দর্শকক আমোদ দি আছিল