অর্থ : যাৰ মানৱীকৰণ কৰা হৈছে
							উদাহরণ : 
							সন্ধ্যা সুন্দৰী আকাশৰ পৰা নামি আহিছে বাক্যটোত সন্ধ্যাক মানৱকৃত ৰূপত কল্পনা কৰা হৈছে
							
অর্থ : মানুহৰ দ্বাৰা নির্মিত বা নি্র্মাণ কৰা
							উদাহরণ : 
							চকী, মেজ আদি মানৱ সৃষ্ট বস্তু
							
সমার্থক : মানৱ কৃত, মানৱ নির্মিত, মানৱ সৃষ্ট, মানৱ-নির্মিত