অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
							উদাহরণ : 
							লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
							
সমার্থক : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া
অর্থ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
							উদাহরণ : 
							এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
							
সমার্থক : টুকুৰা কৰা
অর্থ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
							উদাহরণ : 
							কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
							
সমার্থক : ভাঙি যোৱা
অর্থ : সম্বন্ধ আদি ভাঙি যোৱা
							উদাহরণ : 
							চালমাৰ বিয়াখন ভাঙি গʼল