অর্থ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ
							উদাহরণ : 
							তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে
							
সমার্থক : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া
অর্থ : পাৰ হৈ যোৱা সময়ৰ সৈতে সম্বন্ধিত
							উদাহরণ : 
							পুৰণিকলীয়া কাজিয়া-পেচালবোৰ পাহৰি আমি বন্ধুত্বৰ হাত আগবঢ়োৱা উচিত
							
সমার্থক : অতীত কালীন, পুৰণিকলীয়া, ভূতকালীন