অর্থ : যিয়ে কোনো কাম নকৰে
							উদাহরণ : 
							আমাৰ গাঁৱত আপুনি দুই-চাৰি জন নি্ষ্কর্মা বিচাৰি পাব
							
সমার্থক : অকর্মণ্য ব্যক্তি
অর্থ : অনাহকত ইফালে-সিফালে ঘূৰিফুৰা কার্য
							উদাহরণ : 
							তেওঁ কিবা কাম-বন কৰাৰ পৰিৱর্তে দিনৰ দিনটো নি্ষ্কর্মা হৈ ঘূৰি ফুৰে
							
সমার্থক : কর্মবিহীন