অর্থ : কোনো বস্তু আদিক নষ্ট কৰা কার্য
							উদাহরণ : 
							পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
							
সমার্থক : নষ্ট কৰা
অর্থ : উচ্ছন্ন বা নষ্ট হোৱা
							উদাহরণ : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
সমার্থক : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা