অর্থ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য
							উদাহরণ : 
							টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
							
অর্থ : টনা কার্য ্বা ভাব
							উদাহরণ : 
							অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
							
অর্থ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য
							উদাহরণ : 
							ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
							
সমার্থক : টানি উলিওৱা
অর্থ : ঘঁহনি খাই যোৱাকৈ টনা কার্য
							উদাহরণ : 
							তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
							
অর্থ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা
							উদাহরণ : 
							মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
							
অর্থ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
							উদাহরণ : 
							বীণাখনৰ তাঁৰবোৰ টনা হৈছে  ঢোলৰ বৰতি চৰোৱা হৈছে
							
সমার্থক : চৰোৱা
অর্থ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য
							উদাহরণ : 
							এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
							
অর্থ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা
							উদাহরণ : 
							চিকাৰীয়ে ধনুৰ গুণ টানিছে
							
সমার্থক : কচা, টানি বন্ধা
অর্থ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা
							উদাহরণ : 
							চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
							
সমার্থক : খন্দা