অর্থ : যি ব্যক্তি গৃহস্থাশ্রমত থাকে
							উদাহরণ : 
							গৃহস্থই গৃহস্থ ধর্ম ্পালন কৰিব লাগে
							
সমার্থক : গৃহস্থ আশ্রমী, গৃহস্থাশ্রমী
অর্থ : ঘৰৰ মূল মানুহ
							উদাহরণ : 
							গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
							
সমার্থক : গৃহপতি, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী, মালিক