অর্থ : তৰকাৰী বনাই খোৱা সেউজীয়া তিতা ফল লগা এবিধ লতা
							উদাহরণ : 
							তেওঁ কেৰেলাৰ ওপৰত কীটনাশক দৰব চটিয়াই আছে
							
অর্থ : লতাত লগা কাঁইটীয়া গাৰে পাচলি ৰূপে ব্যৱহাৰ কৰা এবিধ ফল
							উদাহরণ : 
							তেওঁ কেৰেলাৰ ভাজি খাই বৰ ভাল পায়
							
অর্থ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন ৰাজ্য
							উদাহরণ : 
							কেৰেলাত ঐণম উৎসৱ বৰ উলহ-মালহেৰে উদযাপন কৰা হয়