অর্থ : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
							উদাহরণ : 
							উৰাজাহাজখন বহুত ওপৰত উৰি আছে
							
সমার্থক : উচ্চতা
অর্থ : লিখা-মেলাৰ একেবাৰে প্রথমত
							উদাহরণ : 
							ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
							
অর্থ : সহায়ৰ আধাৰত
							উদাহরণ : 
							মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে