সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সময় বা ক্রমৰ দৃষ্টিৰে আগৰ সময়ৰ বা ক্রমৰ
উদাহরণ : পুৰণি ্ভাৰতবর্ষ আৰু আজিৰ ভাৰতবর্ষৰ ্মাজত ভালেখিনি পার্থক্য আছে
সমার্থক : পুৰণি, পূর্বৰ, প্রথমৰ
অর্থ : একৰ পিছৰ
উদাহরণ : আগৰ ব্যক্তি কোন আছে
অর্থ : যি আগফালৰ বা সন্মুখ ফালৰ
উদাহরণ : এই বাহনখনৰ অগ্রভাগ ভাঙিল
সমার্থক : অগ্র, অগ্রিম, আগমুৱা, আগলি, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
ইনস্টল