অর্থ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
							উদাহরণ : 
							
							
সমার্থক : আগমন কৰা, উপস্থিত হোৱা, পোৱা
অর্থ : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
							উদাহরণ : 
							বসন্তকাল আহিল
							
অর্থ : ক্রয় কৰি কোনো বস্তু লাভ কৰা
							উদাহরণ : 
							সোমবাৰে আমাৰ নতুন গাড়ী আহিব